APP
آخر تحديث 2/11/2016 3:34
الأحد, 25 أغسطس 2024
صفر 20, 1446
عدد الكتب 10429

তাওহীদৰ কলিমা: লা-ইলা-হা ইল্লাল্লাহ [ইয়াৰ ফজীলত, অৰ্থ, চৰ্ত আৰু পৰিপন্থী বিষয়]

তাওহীদৰ কলিমা: লা-ইলা-হা ইল্লাল্লাহ [ইয়াৰ ফজীলত, অৰ্থ, চৰ্ত আৰু পৰিপন্থী বিষয়]

উক্ত পুস্তিকাত আটাইতকৈ বৰকতময়, মহান, শ্ৰেষ্ঠ আৰু কল্যাণকৰ কলিমা ‘লা-ইলা-হা ইল্লাল্লাহ’ৰ ফজীলত, বক্তব্য, চৰ্ত আৰু পৰিপন্থী বিষয়ক অতি জৰুৰী কিছুমান কথা অন্তৰ্ভূক্ত কৰা হৈছে। আশা কৰো পাঠকবৰ্গই ইয়াৰ দ্বাৰা উপকৃত হ’ব।

: